ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বোমাৰে উৰুৱাই দিয়াৰ বাবকি এগৰাকী যুৱকক। আৰু এই যুৱকজনৰ নাম Facebook Id অনুসৰি Mahatid Alam আৰু এই যুৱকে Facebook Page ত Post কৰাৰ পিছতেই এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইয়াৰ বিপৰীতে এই ঘটনাকলৈ গোৱালপাৰাত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।