সমগ্ৰ ৰাজ্যখনতে কৰোনা মহামাৰীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। প্ৰায় আজিৰ পৰা কেইদিনমান আগতে বলিউড জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা হিচাপে স্থান অৰ্জন কৰা Big B Amitabh Bachchan কৰোনা ৰোগত আক্ৰান্ত হোৱা বুলি তেওঁ নিজে Twitter জনাইছিল। আৰু তাৰ পিছতেই তেঁওৰ পুত্ৰ Abhishek Bachchan Ashraya rai bachchan , আৰু তেওঁৰ কন্যা Corona positive বুলি ধৰাত পৰিছিল। আৰু তেওঁলোকক মুম্বাইৰ নানাৱতী হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।কিন্তু তাৰ বিপৰীতে আজি 14 দিন অতিবাহিত হোৱাৰ পিছতেই Amitabh Bachchan ৰ MBC য়ে অট্টালিকা ৰ পৰা নমাই আনিলে Containmain Zone Posters.