অসমত ২৪ ঘন্টাত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পালে 814‌ লৈ।

বৰ্তমান সময়খন আমাৰ ৰাজ্যখন এক গুৰুত্বপূৰ্ণ কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে। আৰু গুৱাহাটীত অতিকৈ কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত সমগ্ৰ গুৱাহাটী চহৰ খনত ঘনসংক্ৰমন হ’বলৈ আৰম্ভ হৈছে।যাৰ কাৰণে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীষুজ হাজৰিকাই গুৱাহাটী মহানগৰীৰ 5 নং ৱাৰ্ড পান্ডুত চহৰত যায় ঘৰে ঘৰে কভিড টেষ্ট কৰিলে। আৰু আজিৰ দিনটোৰ ভিতৰতে অসমত কৰোনা মহামাৰীৰ ৰোগীৰ সংখ্যা 814 গৰাকীলৈ বৃদ্ধি পালে। 

Leave a Reply

Your email address will not be published. Required fields are marked *