YouTube ত Roast কৰি জেললৈ গ’ল Roast youtuber Bikash Amin.

YouTube channel ত Funny আৰু Roast video upload কৰা এগৰাকী যুৱক, নাম Bikash Amin আৰু তেওঁৰ Youtube channel ত Bikash Amin নামৰ YouTube channel টোত Subscribe ৰ সংখ্যা বঢ়াবলৈ বিভিন্ন ধৰণৰ ছোৱালী সকলৰ বিভিঅ Edit কৰি নিজৰ YouTube channel ত ছোৱালী সকলৰ ভিডিঅ’ সমূহ বিভিন্ন প্ৰকাৰৰ অশ্লীল মন্তব্য প্ৰদান কৰে। আৰু আজি Bikash Amin ক দিছপুৰ আৰক্ষী থানাৰ আৰক্ষী সকলে তেওঁক গ্ৰেপ্তাৰ কৰিলে, কিয়নো কথাত আছে এশ গৰু মাৰিলে বাঘৰো মৃত্যু অনিবাৰ্য। আৰু তাৰ ক্ষেত্ৰতে এই বানি টো সম্পূৰ্ণকৈ উল্লেখনীয় হৈছে। আৰু আজি এগৰাকী ছোৱালীয়ে ৰাতিপুৱা Morning work  কৰিবলৈ অহাত ছোৱালী জনীয়ে ভিডিঅ’ আপলোড কৰাৰ পিছত পুনৰ সেই ভিডিঅ’ Bikash Amin নামৰ ল’ৰা জনে তেওঁৰ Youtube channel ত Roast কৰাৰ পিছতেই সেই ছোৱালী জনীয়ে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দিয়ে। আৰু তাৰ পিছতেই দিছপুৰৰ আৰক্ষী থানাৰ আৰক্ষী প্ৰশাসনিক বিষয়া সকলে তেওঁক গোচৰ ১৮/১৫ ২০২০  গ্ৰেপ্তাৰ কৰে।

One thought on “YouTube ত Roast কৰি জেললৈ গ’ল Roast youtuber Bikash Amin.

Leave a Reply

Your email address will not be published. Required fields are marked *