Twitter ৰ যোগেদি অভিনন্দন জনালে Narendra Modi.

France ৰ পৰা আহি পালে ভাৰত অভিমুখে 5 টাকৈ Rafale jets missle আৰু এই Missle সমুহ  Abhudavi পৰা ৰ Ambala Airbase ত Land কৰিব বুলি Defence minister Rajnath Singh য়ে মন্তব্য আগবঢ়ায়। আৰু এই Rafale jets missle সমুহক লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংস্কৃত ভাষাত Twitter ৰ যোগেদি অভিনন্দন জনালে Rafale jets missle সমুহৰ Pilote সমুহক।

Leave a Reply

Your email address will not be published. Required fields are marked *