Site icon Assam Today

Social media ত ভাৰতত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক বোমাৰে উৰুৱাই দিয়াৰ বাবকি এগৰাকী যুৱকক।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বোমাৰে উৰুৱাই দিয়াৰ বাবকি এগৰাকী যুৱকক। আৰু এই যুৱকজনৰ নাম Facebook Id অনুসৰি Mahatid Alam আৰু এই যুৱকে Facebook Page ত Post  কৰাৰ পিছতেই এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইয়াৰ বিপৰীতে এই ঘটনাকলৈ গোৱালপাৰাত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Exit mobile version