Shusanta Singh rajpoot কিয় এৰি গ’ল তেওঁৰ পৰিয়ালক, জনালে Shusanta Singh rajpoot ৰ ঘৰৰ উকীলে।

বলিউড জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা হিচাপে স্থান অৰ্জন কৰা  Shusanta Singh rajpoot যোৱা কেইটামান দিনত তথা এমাহ আগতে তেওঁ আত্মহত্যা কৰিছিল। আৰু তেওঁ আত্মহত্যা কৰাৰ কাৰন কি আছিল এতিয়ালৈকে জনা হোৱা নাই। কিন্তু ইয়াৰ বাবে Mumbai police, ক তদন্ত কৰিবলৈ দিছে, কিন্তু ইয়াৰ কাৰন এতিয়ালৈকে জনা হোৱা নাই। কিন্তু আজিৰ দিনটোতে Shusanta Singh rajpoot ৰ ঘৰৰ উকীলে জনালে যে তেওঁ পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱা একমাত্ৰ কাৰণ হ’ল Riya, কিয়নো Riya ই Shusanta Singh rajpoot ৰ লগত জড়িত হৈ আছিল আৰু কেতিয়াবা Shusanta Singh rajpoot ৰ Cradit Cards  লৈ Shopping তথা আৰু কিবা কৰিছিল, কিন্তু সেইবোৰ খবৰ Shusanta Singh rajpoot ৰ ঘৰত কাম কৰা মানুহজনে Shusanta Singh rajpoot ৰ অভিভাৱক সকলক  জনাইছিল, বুলি উকীল জনে মন্তব্য কৰে। আৰু ইয়াৰ বাবে Shusanta Singh rajpoot ৰ অভিভাৱক সকলে Pune police ক FIR  দিয়ে। আৰু Mumbai police যাতে Pune police ক সহায়ৰ হাত আগবঢ়ায় তাকেই অভিভাৱক সকলে অনুৰোধ জনালে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *