Site icon Assam Today

selfie তোলতে সাৱধান।

সমগ্ৰ ৰাজ্যখনতে বানপানীয়ে মানুহৰ এক অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে।                                                 বানপানীৰ মাজতো এক ভয়ংকৰ দৃশ্য সংঘটিত হ’ল, কিয়নো দুগৰাকী মহিলাই বনভোজৰ বাবে আহিছিল এক মনোমোহা পাৰ্বত্য স্থানত। আৰু দুগৰাকী মহিলা অতি আনন্দ মনেৰে তুলিছিল  পানীৰ উৎসৰ কাষতে

Selfie, কিন্তু Selfie তুলিবলৈ যাওঁতে আৰম্ভ হ’ল বাৰনি উৎসৰ পানীৰ তান্ডব আৰু তেওলোকৰৰ বোলতে পানীৰ উৎসৰ লগত তেওঁলোকক উঠোৱাই লৈ যোৱাৰ আগতেই আৰক্ষী প্ৰশাসনিক বিষয়া আৰু NDRF বাহিনীয়ে তেওঁলোকক ৰক্ষা কৰিবলৈ সক্ষম হয়। 
Exit mobile version