SBI bank ৰ নতুন নিয়ম।

SBI গ্ৰাহক সকলৰ বাবে এক ভাল খবৰ। কিয়নো SBI bank ৰ কৰ্তৃপক্ষই এক গুৰুত্বপূৰ্ণ ভূমিকা তথা নীতি নিৰ্দেশনা জাৰি কৰিছে। কিয়নো  ছাইবাৰে গ্ৰাহকৰ টকা যিকোনো সময়তে উলিয়াই লৈ যাব পাৰে। গতিকে তাৰে প্ৰতি লক্ষ্য ৰাখি SBI bank ৰ কৰ্তৃপক্ষই গ্ৰাহকৰ অৱদান আগবঢ়োৱা বিশিষ্ট সেৱাৰ অবদান আগবঢ়াইছে। নিশাৰ ভাগত SBI গ্ৰাহকে টকা উলিয়াৰ সময়ত দিব লাগিব OTP .যি OTP ৰ কাৰনে ছাইবাৰে গ্ৰাহকৰ টকা উলিয়াব নোৱাৰিব। আৰু 10 হাজাৰতকৈ অধিক টকা উলিয়াৰ সময়ত লাগিব এই OTP .

Leave a Reply

Your email address will not be published. Required fields are marked *