Site icon Assam Today

puri jagannath mandir ৰ প্ৰতীকত বহিল বানজ চৰাই।

Puri Jagannath mandir ৰ প্ৰতীকত বহিল বানজ চৰাই। আৰু ইয়াকেই লৈ এক উত্তপ্ত পৰিস্থিতি।কিয়নো ইমান বতাহ বলাৰ সময়তো কোনা কাৰতে প্ৰতীকৰ পৰা যোৱা নাই চৰাইটোৱে আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি মন্দিৰৰ পান্ডব সকলে মন্তব্য আগবঢ়ায় যে এই দুৰ্যোগ নামি অহা মহামাৰীৰত জগন্নাথ ৰূপে বানজ চৰাইটোৱেই আমাক ৰক্ষা কৰিবলৈ আহিল। 
Exit mobile version