Site icon Assam Today

Pubg new update.

 new update, gameplay, release,date Wrangler 2.0 map.on pubg game.pubg mobile Limited company ৰ  পৰা জনা গৈছে যে কিছুদিন পিছতেই অৰ্থাৎ অহা ২৪ আগষ্টৰ দিনাই তেওঁলোকৰ Official twitter ত উল্লেখ কৰিছে যে অহা ২৪ আগষ্ট তাৰিখৰ দিনা pubg খেলত নতুনকৈ আৰম্ভ হ’ব Era আৰু নতুনকৈ updated lounch কৰিব বুলি জনা যায়।আৰু এই নতুনকৈ pubg mobile update কৰাৰ পিছত pubg player’s ,সকলে নতুনকৈ পাব Erangel map আৰু তাৰ লগতেই কিছুমান নতুন Weabson,Guns আৰু নতুনকৈ updated হোৱাৰ পিছত Season 15 ত অহা pubg খেলৰ Graphics, Gameplay ৰ বহুতো ভাল তথা পৰিবৰ্তন হ’ব বুলি জনা যায়।

Exit mobile version