jio গ্ৰাহকৰ বাবে এক ভাল খবৰ। Assam today Desk 4 years ago অতি সোনকালেই দেশত আৰম্ভ হ’ব Jio 5G ৰ সেৱা।Inter net ৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে Reliance industrie ৰ অধ্যক্ষ Mukesh Ambani য়ে।