Site icon Assam Today

High Alert:- কাশ্মীৰৰ পৰা ট্ৰাকত আহি পালে নতুন দিল্লীত জ‌ঈীৰা সৈনিক।

সমগ্ৰ্ অসমখনত কৰোনা ভাইৰাছৰ ৰোগত যুঁজ দি আছে। আৰু তাৰ বিপৰীতে লাডাখ সীমান্তৰ অবস্থিত ভাৰত আৰু চীন মাজত এক মহাযুদ্ধৰ সূচনা হৈ আছে।                                        NewDelhi :- কাশ্মীৰৰ পৰা আজি নতুন দিল্লীত কেইগৰাকীমান জঈীৰা সৈনিক প্ৰায় 4 -5 জন নিজকে আত্মগোপনকাৰী হিচাপে ৰাখে। আৰু দিল্লীৰ প্ৰশাসনিক সেৱাৰ বিষয়া সকলে হাই এলাটট্ট জাৰি কৰি দিলে। কিয়নো যিকোনো সময়তে এক তাজ্জব পৰিস্থিতিৰ সৃষ্টি হব পাৰে। দিল্লীত ৰ প্ৰশাসনিক সেৱাৰ বিষয়া সকলে মন্তব্য কৰিলে যে জঈীৰা সৈনিক সকলে সাধাৰণতে ঘৰ-দুৱাৰ আৰু বিশেষকৈ শ্বপিঙ মলত বিস্ফোৰণ কৰিব পাৰে বুলি মন্তব্য কৰিলে। আৰু বিশেষকৈ প্ৰশাসনিক সেৱাৰ বিষয়া সকলে হাই এলাটট্ট জাৰি কৰি দিল্লী বাসীৰ বাবে সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে।

Exit mobile version