Site icon Assam Today

Guwahati মহানগৰত home delivery হব শাক‌ পাচলি।

অসমত বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত। গুৱাহাটীত মহানগৰীত মুঠ 14 বাবে লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছে। আৰু গুৱাহাটীত অতিকৈ কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত, গুৱাহাটী মহানগৰীত ঘনসংক্ৰমন হ’বলৈ ধৰিছে।যাৰ ফলত গুৱাহাটী মহানগৰীৰ 5 নং ৱাৰ্ড পান্ডুত চহৰত স্বাস্থ্য সংস্থাই যায় ঘৰে ঘৰে গৈ কভিড টেষ্ট কৰিবলৈ লয়। গতিকে তাৰ বিপৰীতে ৰাজ্যৰ খাদ্য বিভাগৰ পৰা গুৱাহাটী মহানগৰীত Home delivery কৰিলে শাক-পাচলি। যাতে কোনা ধৰণৰ সামাজিক দূৰত্বৰ ক্ষেত্ৰত লোপ নহয়। আৰু শাক-পাচলি আনিবলৈ যাওঁতে যাতে কোনো ধৰণৰ মূনা তথা বেক ব্যৱহাৰ নকৰে।

Exit mobile version