Site icon Assam Today

Covid19 positive ত আক্ৰান্ত হ’ল অতুল বৰা।

সমগ্ৰ ৰাজ্যখনত কৰোনা মহামাৰীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আৰু ৰাজ্যখনত ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে কৰোনা ৰোগীৰ সংখ্যা। কিন্তু তাৰ পিছতেই আজি দিনটোতে দিছপুৰৰ বিধায়ক অতুল বৰা দেহত Swab  test পৰীক্ষা কৰাৰ পিছতেই পৰীক্ষাত Covid19 positive বুলি ধৰা পৰে। আৰু তাৰ পিছতেই বিধায়ক গৰাকীক Guwahati Medical College Hospital ত চিকিৎসাধীনত বৰ্তি কৰোৱা হৈছে।

Exit mobile version