Covid19 patients ক নিৰাময়।

অসমত যেনেকৈ কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছ। আৰু তাৰ ঠিক বিপৰীত দিশতে অসমত কৰোনা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যখনে যুঁজ দি আছে। অসমৰ স্বাস্থ্য মন্ত্ৰী ডঁ হিমন্ত বিশ্ব শৰ্মাই জনালে যে ৰাজ্যত কৰোনা ৰোগীত আক্ৰান্ত হোৱা ৰোগীৰ ভিতৰত আজি পুনৰ সুস্থ হোৱা ৰোগীক চিকিৎসালযৰ পৰা নিৰাময় কৰা হব বুলি মন্ত্ৰীয়ে মত্নব কৰিলে। তেওঁ লোকক দুবাৰকৈ স্বাস্থ্য পৰিক্ষা কৰাৰ পিছত পৰীক্ষাত negative বুলি প্ৰমাণিত হয়। আৰু তেওঁ লোকক নিৰাময় কৰিব পাৰি বুলি মন্ত্ৰীয়ে মত্নব কৰিলে। মুঠ ৰোগীৰ সংখ্যা ২৭ গৰাকী ৰোগীক চিকিৎসালয়ৰ নিৰাময় কৰিলে, বুলি মন্ত্ৰীয়ে মত্নব কৰিলে। 1/smch 13.

2/Hailakandi 5.

3/Faamch 2
4/Diphu 4 5/ Jmch 2.6/ Amch 1.

Leave a Reply

Your email address will not be published. Required fields are marked *