Site icon Assam Today

Amitabh Bachchan ৰ শাৰীৰিক অব্যস্থা স্থিতিশীল আৰু তেওঁ isolation ward ত ভৰ্তি।

কৰোনা ৰোগত আক্ৰান্ত হোৱা বলিউড জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা হিচাপে স্থান অৰ্জন কৰা Amitabh Bachchan  ক আজি মুম্বাইৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰু তেওঁৰ শাৰীৰিক অব্যস্থা অতি মুদৃ বুলি মুম্বাই স্বাস্থ্য বিভাগৰ পৰা জনা গৈছে।                                     Amitabh Bachchan য়ে নিজে Tweet কৰি তেওঁৰ শাৰীৰিক অব্যস্থাৰ  বিষয়ে জনাইছে আৰু তেওঁৰ শৰীৰত কৰোনা ৰোগীৰ লক্ষন আছে বুলি Tweet যোগেদি বাৰ্তা প্ৰেৰণ কৰিছিল। আৰু স্বাস্থ্য বিভাগৰ পৰা আহি তেওঁৰ নমুনা পৰীক্ষা কৰে, আৰু তাৰ পিছতে তেওঁ corona positive  বুলি প্ৰমাণিত হয়। আৰু  Mumbai ৰ Nanapati Hospital public realation Office ৰে জনালে যে তেওঁ বৰ্তমান সময়ত isolation ward ত আছে বুলি তেওঁ মন্তব্য আগবঢ়ালে। আৰু তেওঁৰ শাৰীৰিক অব্যস্থা তথা কৰোনা মহামাৰীৰ ৰোগত আক্ৰান্ত হোৱা সোনকালেই যাতে তেওঁ আৰোগ্য লাভ কৰে তাৰে প্ৰতি লক্ষ্য ৰাখি বাংলা ৰ ৰাজ্যিক মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়ে Tweet যোগেদি বাৰ্তা প্ৰেৰণ কৰিছে।

Exit mobile version