Site icon Assam Today

Amitabh Bachchan ৰ অট্টালিকা ৰ পৰা নমাই আনিলে Containmain zone Posters.

সমগ্ৰ ৰাজ্যখনতে কৰোনা মহামাৰীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।                   প্ৰায় আজিৰ পৰা কেইদিনমান আগতে বলিউড জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা হিচাপে স্থান অৰ্জন কৰা Big B Amitabh Bachchan কৰোনা ৰোগত আক্ৰান্ত হোৱা বুলি তেওঁ নিজে Twitter জনাইছিল। আৰু তাৰ পিছতেই তেঁওৰ পুত্ৰ Abhishek Bachchan Ashraya rai bachchan , আৰু তেওঁৰ কন্যা Corona positive বুলি ধৰাত পৰিছিল। আৰু তেওঁলোকক মুম্বাইৰ নানাৱতী হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।কিন্তু তাৰ বিপৰীতে আজি 14 দিন অতিবাহিত হোৱাৰ পিছতেই Amitabh Bachchan ৰ  MBC য়ে অট্টালিকা ৰ পৰা নমাই আনিলে Containmain Zone Posters.

Exit mobile version