Ambala Airbase ত Land কৰিব,5 Rafale.

সমগ্ৰ ৰাজ্যখনত কৰোনা মহামাৰীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কিন্তু তাৰ বিপৰীতে সমগ্ৰ দেশখনতে এক ভাল খবৰ পাবলৈ পৰিগণিত হৈছে, কিয়নো আজি প্ৰায় ২:৩০ বজাত ভাৰত অভিমুখে আহি আছে সুধুৰ Abudhavi ৰ পৰা ৫ টাকৈ Rafale, আৰু এই Rafale Ambala Airbase ত‌ Land কৰিব বুলি জনা যায়। আৰু এই Rafale সমুহ অতিকৈ শক্তিশালী হব, প্ৰায় ইয়াৰ গতিবেগ হ’ব ৩৭০০ আৰু ৬ টাকৈ  Super Force Missiles,Lazer,Guideet,bomb নিবলৈ  সক্ষম হয়।

আৰু ই প্ৰায় ১০ ঘন্টা সময় ধৰি নিজৰ শীৰ্ষস্থানলৈ উড়িব পাৰে বুলি জনা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *