AIUDF ৰ সভাপতি বদৰুদ্দিন আজমলৰ শৰীৰ অসুস্থতা।

অসম খনে বৰ্তমান সময়ত দুটা পৰিস্থিতিৰ মাজেৰে যুঁজ দি আছে। সমগ্ৰ ৰাজ্যখনত এফালে কৰোনা মহামাৰীৰ ৰোগীৰ বিৰুদ্ধে যুঁজ দি আছে।আৰু তাৰ বিপৰীতে সমগ্ৰ ৰাজ্যখনত বানপানীয়ে মানুহৰ মাজত এক অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে।গতিকে আজিৰ দিনটোত বলিউড জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা হিচাপে স্থান অৰ্জন কৰা Amitabh Bachchan দেহত Corona Positive বুলি স্বাস্থ্য বিভাগৰ পৰা জনা যায়। আৰু তাৰ পিছতেই AIUDF ৰ সভাপতি বদৰুদ্দিন আজমলৰ দেহত হঠাতে অক্সিজেনৰ পৰিমাণ লোপ পাইছে বুলি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই Tweet যোগে বাৰ্তা প্ৰেৰণ কৰিলে। আৰু বদৰুদ্দিন আজমলক মুম্বাইৰ বাসগৃহৰ পৰা চিকিৎসালৈ লৈ যায়।আৰু তেওঁক স্বাস্থ্য বিভাগৰ পৰা Covid19 Test  পৰীক্ষা কৰে।

              

Leave a Reply

Your email address will not be published. Required fields are marked *