অসমত বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত। সমগ্ৰ ৰাজ্যখনত পুনৰ আনলকৰ বিপৰীতে লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছে।তাৰ বিপৰীতে সমগ্ৰ ৰাজ্যখনত বানপানীয়ে অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে। আজি 29/06/2020 তাৰিখে ৰাজাঘাট নিবাসী নাম গোপাল যোষ, নামৰ এগৰাকী প্ৰৰিশ্ৰয়ী তামোল বেপাৰীয়ে তামোল কিনি অহাত কলবাৰী GP ৰ অন্তৰ্গত ঠাইত বানপানীৰ কবলত পৰি মৃত্যুমুখত পৰিবলগীয়া হয়। আৰু তেওঁৰ বয়স কমেও ৫৮ বছৰ হ’ব।