গুৱাহাটীত প্ৰথম বাৰৰ বাবে শুভাৰম্ভ কৰিলে প্লাজমা বে‌ংক চেন্টাৰ।

অসমত কৰোনা মহামাৰীৰ বিপৰীতে। আজিৰ দিনটোত মাননীয় স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ লগতে আন মন্ত্ৰী সকলেও, গুৱাহাটী চহৰত পোন প্ৰথমবাৰৰ বাবে প্লাজমা বে‌ংক চেন্টাৰৰ শুভাৰম্ভ কৰিলে। আৰু বিশেষত্ব এইটোৱে যে এই প্লাজমা বেংক চেন্টাৰৰ মুখ্য ব্যক্তি হিচাপে তেওঁ নিজে এগৰাকী ডক্টৰ। আৰু তেওঁ কৰোনা ৰোগত আক্ৰান্ত হে স্বুস্থ হোৱাৰ পিছত তেওঁ নিজে এই চেন্টাৰ শুভাৰম্ভ কৰে। আৰু তেওঁ নিজে  আক্ৰান্ত হোৱা লোকক প্লাজমা দান দিয়ে। আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক কৃৎকাৰ্যতা প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *