অসমৰ ৪ খন জিলাত তীক্ষ্ণ নজৰ।

অসমত বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। আৰু যাৰ কাৰণে গুৱাহাটী মহানগৰীত পুনৰ এসপ্তাহৰ বাবে লকডাউনৰ সময় সীমা বৃদ্ধি কৰিলে। আৰু অসমৰ মুঠ ৪ খন জিলাত যোৰহাট, শিলচৰ, গোলাঘাট আৰু বৰপেটা জিলাক এই কেইখন জিলাসমূহত কৰোনা মহামাৰীৰ বাবে জিলা প্ৰশাসনে অতি তীক্ষ্ণ নজৰ ৰাখিব বুলি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে। আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি জিলা সমূহত লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *