অসমৰ চাহ জনগোষ্ঠীৰ উত্তৰনত অৱদান আগবঢ়োৱা বিশিষ্ট বিধায়কে চিৰ বিদায় ল’লে।

অসমৰ চাহ জনগোষ্ঠীৰ উত্তৰনত অৱদানত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা, বিশ্বনাথ সমষ্টিৰ প্ৰাক্তন বিধায়ক আজি আমাৰ মাজৰ পৰা চিৰ বিদায় ল’লে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিধায়ক কৈৰী ডাঙৰীয়াক গভীৰ শোক কৰিছে। আৰু মন্ত্ৰী সোনোৱালে ক’লে যে তেওঁৰ পৰিয়াল গৰাকীক বিদেহ আত্মাৰ সদগতি কামনা কৰি গূনমগ্ধ সকলকৈ গভীৰ সমবেদনা জনালোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *