আৰ্থিক দূৰৱস্থাৰ কাৰণে ৰেসস্টাক এৰি পনস্টাৰ হ’লে অষ্ট্ৰেলিয়াৰ প্ৰথম ছুপাৰবাইকাৰ।

আজিৰ পৰা প্ৰায় পাঁচ বছৰ আগৰ এটা ঘটনা, অষ্ট্ৰেলিয়াৰ প্ৰথম ছুপাৰবাইকাৰ, তেওঁৰ শেষমেষ স্পনছৰ নোপোৱাত আৰ্থিক দূৰৱস্থাৰ কাৰণে ৰেসস্টাকৰ পৰা চিৰ বিদায় জনালে ছুপাৰবাইকাৰ ৰেনে। প্ৰবল আৰ্থিক অৱস্থা কাৰনে ইতিহাসত নাম তোলা ছুপাৰবাইকাৰ আজি পনস্টাৰ।                                                                                

2015 বছৰৰ মাত্ৰ 25 বছৰ বয়সতে তেওঁ তথা ৰেনে অষ্ট্ৰেলিয়াৰ প্ৰথম ছুপাৰবাইকাৰ নামেৰে জনাজাত আছিল। প্ৰথম ভাগতে তেওঁ সুইজ তাৰকা সিমোনা দে ভিলভেস্ত্ৰৰ লগত বন্ধুত্ব গঢ়ি দ্বাদশ স্থান অৰ্জন কৰিছিল।

                              

Leave a Reply

Your email address will not be published. Required fields are marked *