কঠালৰ সোৱাদ ল’লে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী Aimee Baruah.

আমাৰ ৰাজ্যখনত কৰোনা মহামাৰীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে…

যোৰহাটত সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ড।

কৰোনা মহামাৰীৰ বিপৰীতে যোৰহাটত সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আৰু এই অগ্নিকাণ্ড দেওবাৰৰ নিশাৰ ভাগতে…

বিমান যাত্ৰীসকলৰ বাবে সলনি কৰা হ’ব কোৰাইটান চেন্টাৰ।

সমগ্ৰ ৰাজ্যখনত কৰোনা মহামাৰীৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।             …

মুগা ব্যৱসায়ৰ বৃত্তিত স্বাৱলম্বী হল লখিমপুৰৰ ঢেকীয়াজুলিৰ একাংশ মহিলাই।

মুগা ব্যৱসায়ৰ বৃত্তিত স্বাৱলম্বী হ’ল লখিমপুৰৰ ঢেকীয়াজুলিৰ একাংশ মহিলাই। আৰু এই গাওঁৰ একাংশ মানুহে এই মুখা…

চাংসাৰিৰ এখন ব্যতিক্ৰমী ক’ভিড চেন্টাৰ।

সমগ্ৰ ৰাজ্যখনত কৰোনা মহামাৰীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে…

গুৱাহাটীৰ মাজেৰে মেঘালয়ৰ পৰা অবৈথভাৱে সৰবৰা কাঠ।

গুৱাহাটীৰ মাজেৰে মেঘালয়ৰ পৰা অবৈথভাৱে সৰবৰা কৰা হয় কাঠ আৰু তাৰ লগতে কয়লা,শিল,বালিৰ লগতে অবৈথভাৱে সৰবৰা…

৭৫ দিন অতিবাহিত হোৱাৰ পিছতো কিয় নহ’ল বাগজানৰ নিৰ্বাসিত জুই।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই শেহতীয়াকৈ চলাইছে ৰাজনৈতিক কুচ-কাৱাজ।

আত্মহত্যা কৰিলে Bhojpuri cinema জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী।

বলিউড জগতৰ কেইগৰাকী মান তাৰকা আত্মহত্যা কৰাৰ পিছতেই আজি Bhojpuri cinema জগতৰ এগৰাকী অতি জনপ্ৰিয়তা অৰ্জন…

অসম চৰকাৰৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ উদ্যোগত আয়োজিত এক তাতঁ শাল বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য।

আজিৰ দিনটোতে আয়োজিত হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ উদ্যোগত অসমৰ মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য উপস্থিত থাকি…