117 দিনৰ পিছতেই আকৌ আৰম্ভ হৈছে ক্ৰিকেট মেচ।

সমগ্র ৰাজ্যত কৰোনা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত। সমগ্ৰ ৰাজ্যখনে এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হৈছে। আৰু যাৰ ফলত ৰাজ্যখনত পুনৰ লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছে। গতিকে কৰোনা মহামাৰীৰ যি যুঁজ সেই যুঁজক এতিয়ালৈকে আমাৰ ৰাজ্যখন এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া হৈছে। আৰু এই কৰোনা মহামাৰীৰ কাৰণে, খেলৰ জগতত বহুতো পৰিৱৰ্তন ঘটিবলগীয়া হৈছে। আৰু আজি মূঠ 117 দিনৰ পিছতেই আকৌ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাৰ পৰা ক্ৰিকেট মেচ। আৰু এই মেচ খন পোন প্ৰথমবাৰৰ বাবে Ind vs Wi লগত  হ’ব বুলি ক্ৰীড়া সংস্থাৰ পৰা জানিবলৈ পোৱা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *