ৰাজ্যত পুনৰ ৫ খন জিলাত ৰেড- জুন এলাৰ্ট।

অসমত বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত, সমগ্ৰ ৰাজ্যখনত বিশেষকৈ গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছে। আৰু আন জিলা  সপ্তাহত দুদিনকৈ শনিবাৰ আৰু ৰবিবাৰ দিনা সম্পূৰ্ণকৈ লকডাউনৰ সময় সীমা কটকটীয়া কৰিছে। গতিকে বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত, পুনৰ ৫ খন জিলাত ৰেড-জুন এলাৰ্ট হিচাপে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে ঘোষণা কৰিলে। ৫ খনত থকা জিলা ৰেড-জুন ঘোষণা কৰা জিলাসমূহৰ ভিতৰত ১/যোৰহাট,২/ডিব্ৰুগড়,৩/শিলচৰ,৪/তেজপুৰ আৰু ৫/ বঙাইগাঁও জিলা।

One thought on “ৰাজ্যত পুনৰ ৫ খন জিলাত ৰেড- জুন এলাৰ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *