Site icon Assam Today

ৰাজ্যত পুনৰ সুস্থ কৰোনা ৰোগীক নিৰাময়।

সমগ্ৰ ৰাজ্যখনে কৰোনা ভাইৰাছৰ ৰোগত যুঁজ দি আছে। আৰু বিশেষকৈ সমগ্ৰ ৰাজ্যখনৰ বৈজ্ঞানিক গৱেষণা কেন্দ্ৰত কৰোনা ভাইৰাছৰ ঔষধ বনাবলৈ গবেষণা কৰি আছে। গতিকে, আমাৰ সমগ্ৰ ৰাজ্যখনত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাই এক ব্যাপক ৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যত কৰোনা ৰোগীত আক্ৰান্ত হোৱা ৰোগীৰ ভিতৰত ৰবিবাৰৰ দিনাই কামৰূপ মহানগৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মুঠ ৰোগীৰ ভিতৰত ৰবিবাৰৰ দিনত ৪৪ গৰাকীক ৰোগীক দুবাৰকৈ স্বাস্থ্য পৰিক্ষা কৰাৰ পিছত পৰীক্ষাত Nagative বুলি প্ৰমাণিত হয়। আৰু তাৰ পিছতেই তেওঁলোকক নিৰাময় কৰিব পাৰি বুলি অসমৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমত্ম বিশ্ব শৰ্মাই জনালে। আৰু তেওঁলোকক নিৰাময় কৰিলে।

Exit mobile version