ৰাজ্যত পুনৰ লকডাউনৰ সময় সীমা বৃদ্ধি কৰিলে।

অসমত বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধিৰ কাৰণে ৰাজ্যত এক মহামাৰীৰ ব্যাপক ৰূপ ধাৰণ কৰিছে।যাৰ কাৰণে, ৰাজ্যত পুনৰ আনলকৰ বিপৰীতে, সপ্তাহত দুদিনকৈ শনিবাৰ আৰু ৰবিবাৰ। আৰু বিশেষকৈ গুৱাহাটী মহানগৰীত মুঠ ১৪ দিনৰ বাবে, লকডাউনৰ সময় সীমা ঘোষণা কৰিলে। আৰু অসমৰ স্বাস্থ্য মন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডক্টৰ হিমত্ম বিশ্ব শৰ্মা জনালে যে সকলো ধৰনৰ শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান আৰু হোটেল, ওৱান শ্বপ,বাৰ, আদি বন্ধ থাকিব বুলি মন্ত্ৰীয়ে মত্নব কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *