ৰাজ্যত পুনৰ কৰোনা ৰোগীত আক্ৰান্ত হ’ল গোৱালপাৰাৰ এগৰাকী যুবক।

অসমত বৰ্তমান সময়ত কৰোনো ভাইৰাছে মহামাৰীৰ ব্যাপক ৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ পিছতেই ৰাজ্যখনত পুনৰ আনলকৰ বিপৰীতে লকডাউনৰ সময় সীমা বৃদ্ধি কৰিলে। আজিৰ দিনটোতে নতুনকৈ কৰোনা ৰোগত আক্ৰান্ত হ’ল গোৱালপাৰাৰ এগৰাকী যুবক নাম ৰুপজোতি ৰাভা। আৰু তেওঁক ফ্লৰেন্স চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰু তেওঁৰ আনুমানিক বয়স প্ৰায় ২৫ বছৰ , হ’ব বুলি স্থানীয় মানুহে মন্তব্য কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *