ৰঙিয়াৰ আধাৰ কাৰ্ড কেন্দ্ৰত শ শ লোকৰ ভিৰ।

সমগ্ৰ ৰাজ্যখনতে কৰোনা মহামাৰীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু তাৰ বিপৰীতে কৰোনা মহামাৰীৰ ব্যাপক পৰিস্থিতিৰ বুজ লৈ কেন্দ্ৰীয় চৰকাৰে কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিহে Unlock  কৰি সমগ্ৰ ৰাজ্যখন চলি আছে। আৰু তাৰ বিপৰীতে আজি দেখিবলৈ পোৱা গৈছে যে কৰোনা মহামাৰীৰ বাবে বান্ধি দিয়া  নীতি নিৰ্দেশনাসমূহ উলংঘন কৰি ৰঙিয়াৰ আধাৰ কাৰ্ড কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে শ শ লোকৰ ভিৰ।নাই কোনা ধৰণৰ সামাজিক দূৰত্ব, নাই কাৰো লগত মাৰ্ক্স। আৰু কৰোনা মহামাৰীৰ বাবে যিবোৰ নীতি নিৰ্দেশনা সেইবোৰ যেন দোৱা চালিত উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *