Site icon Assam Today

হাজো বাসীৰ বাবে এটা দুখবৰ।

অসমত যেনেকৈ কৰোনা মহামাৰীয়ে ব্যাপক পৰিস্থিতি সৃষ্টি কৰিছে। কিন্তু তাৰ বিপৰীতে হাজোত উলিয়াইছে ডেঘাৰমেন,হাজো বাসীয়ে সাৱধানত থাকক, কিয়নো মাজ নিশাতে হাজোত দুগৰাকী দূৰত্বৰ ডেঘাৰমেনে হাজো ত চলাইছিল সস্ত্ৰাবাদ।হাজোৰ মন্দিৰত নিজকে আত্মগোপনকাৰী হিচাপে স্থান লৈছিল। আৰু অবশেষত হাজোৰ কেইগৰাকীমান যুৱকে,সেই দূৰবিত্ত্ দুটাক দৰি হাজো আৰক্ষী প্ৰশাসনৰ হাতত গোটাই দিয়ে।

Exit mobile version