Site icon Assam Today

সোনাৰিৰ বিধায়ীকা নৱনীতা সন্দিকৈ আক্ৰান্ত হল কৰোনা ৰোগীত।

সমগ্ৰ ৰাজ্যখনতে কৰোনা মহামাৰীয়ে এক আতংকৰ সৃষ্টি কৰিছে। আৰু ৰাজ্যখনত ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে কৰোনা মহামাৰীৰ ৰোগীৰ সংখ্যা। আজিৰ দিনটোতে নতুনকৈ কৰোনা ৰোগত আক্ৰান্ত হ’ল বি জে পি ৰ কেইগৰাকীমান বিধায়ক,দিছপুৰৰ বিধায়ক অতুল বৰা। আৰু তাৰ পিছতেই 

সোনানিৰ বিধায়ীকা নৱনীতা সন্দিকৈ আক্ৰান্ত হল কৰোনা ৰোগত। আৰু তেওঁৰ লগতে আক্ৰান্ত হল তেওঁৰ পুত্ৰ। কিন্তু তেওঁ কৰোনা ৰোগত আক্ৰান্ত হোৱাৰ পিছতেই চিকিৎসালয়ত নাথাকে বুলি বিধায়ীকা গৰাকীয়ে মন্তব্য কৰে, আৰু তাৰ উপৰিও তেখেতে তেওঁৰ পুত্ৰক চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ যায়।
Exit mobile version