সোনাপুৰত শীঘ্ৰেই স্থাপন কৰা হ’ব Covid care centre.

সমগ্ৰ ৰাজ্যখনত কৰোনা মহামাৰীৰ ব্যাপক পৰিস্থিতিৰ কাৰণে,অসমৰ বিশেষকৈ গুৱাহাটী, যোৰহাট আৰু গোলাঘাট জিলাত কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ সময় সীমা বৃদ্ধি কৰিছে। আৰু তাৰ পিছতেই গুৱাহাটী মহানগৰীত অৱস্থিত ৫ নং ৱাৰ্ড পান্ডু চহৰত যাই অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ লগতে অসম স্বাস্থ্য বিভাগৰ পৰা আহি ঘৰে- ঘৰে  কভিড টেষ্ট কৰিবলৈ আৰম্ভ কৰে। আৰু তাৰ পিছতেই মুঠ ৭ গৰাকী লোকৰ দেহত Corona Positive ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগৰ পৰা জনা যায়। আৰু সমগ্ৰ ৰাজ্যখনত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত, আজি অসমৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, সোনাপুৰত শীঘ্ৰেই কভিড টেষ্ট কেন্দ্ৰ স্থাপন কৰিব বুলি মন্ত্ৰীয়ে মত্নব কৰিলে।সোনাপুৰৰ ইয়াৰেই এটা কেন্দ্ৰ Assam Don bosco University . আৰু ইয়াৰ মুঠ কৰোনা বিছনা ৩৫০ হ’ব বুলি মন্ত্ৰীয়ে মত্নব কৰিলে। আৰু আন এখন কেন্দ্ৰ Lakhmibai National Institute Of physical Education য’ত কৰোনা ৰোগীৰ সংখ্যাৰ বিছনা হ’ব ১৫০ খন। আৰু এই দুয়োখন কভিড Care কেন্দ্ৰ অতি সোনকালেই স্থাপন কৰি,অসমৰ পৰিস্থিতি ভোজ ল’ব বুলি মন্ত্ৰীয়ে মত্নব কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *