শৌচালয়ত কোৰাইনটান এগৰাকী প্ৰৰিশ্ৰয়ী কৃষক।

বৰ্তমান সময়ত অসমত কৰোনা ভাইৰাছে মহামাৰীৰ ব্যাপক ৰূপ ধাৰণ কৰিছে। আৰু  ইয়াক লৈ ৰাজ্য খনত বিপৰীত দিশত যুঁজ দি আছে।, আৰু তাৰ বিপৰীতে ভিন্ন ৰাজ্যৰ পৰা অহা লোকসকলৰ কাৰণেও  কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। আৰু বে্ংগলৰ এগৰাকী প্ৰৰিশ্ৰয়ী শ্ৰমিক, সুদূৰ ছিকিমৰ পৰা ঘূৰি অহাত নিজকে আমাৰ ৰাজ্য তথা সমাজখনৰ কথা চিন্তা কৰি ,বালুৰঘাটযৰ এখন মুক্ত পথাৰত নিজকে শৌচালয়খনত কোৰাইনটান কৰি ৰাখিলে।

বাংলাৰ বালুঘাটৰ চকভুক্ত এলেকাৰ ঘটনা। তেওঁ ছিকিম হৈ শিলিগুৰ হৈ যোৱা পথেৰে বৃহস্পতিবাৰ দিনা মুক্ত পথাৰখনত নিজে শৌচালয়ত  থাকিছিল। আৰু উভতি অহা সুজিত মণ্ডলক স্থানীয় মানুহে তেওঁৰ স্বাস্থ্য পৰিক্ষা কৰিলে, বুলি স্বাস্থ্য বিভাগৰ পৰা জনা যায়। আৰু তেওঁৰ পৰিক্ষাত negative বুলি প্ৰমাণিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *