Site icon Assam Today

লকডাউন অমান্য কৰাৰ বাবে আৰক্ষী প্ৰশাসনিক বিষয়া সকলে কঠোৰ অনুশাসন কৰিলে।

অসমত বৰ্তমান সময়ত কৰোনো সংখ্যা বৃদ্ধি পোৱাত পুনৰ লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছে। আৰু বৰ্তমান আমাৰ ৰাজ্যখন এখন বিপৰীত দিশত যুঁজ দি আছে। গতিকে কৰোনা ৰোগীৰ সংখ্যাৰ বৃদ্ধিৰ‌ ফলত প্ৰায় এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু যোৱাকালি গোৱালপাৰাৰ অন্তৰ্গত টেণেচপৰট নামৰ এখন ঠাইত একাংশ লোকে লকডাউন অমান্য কৰি ঘূৰি ফুৰাৰ সময়ত, গোৱালপাৰাৰ আৰক্ষী প্ৰশাসনৰ চকুত পৰাৰ পিছত আইন-মুলক ব্যৱস্থা গ্ৰহণ কৰিলে।

Exit mobile version