Site icon Assam Today

যোৰহাটত সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ড।

কৰোনা মহামাৰীৰ বিপৰীতে যোৰহাটত সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আৰু এই অগ্নিকাণ্ড দেওবাৰৰ নিশাৰ ভাগতে সংঘটিত হ’ল। অগ্নিকাণ্ডত আহত হয় প্ৰায় ৫ জন লোক। আৰু  তাৰে ভিতৰতে নিহত হ’ল দুগৰাকীকৈ লোক। আৰু এই লোক দুগৰাকী পতি-পত্নী। সহায়ৰ হাত আগবঢ়োৱাৰ বাবে পতি পত্নী জাপ দিবলৈ বাধ্য হৈছিল, টোকালি নৈত।

Exit mobile version