Site icon Assam Today

মেঘালয়ৰ পৰা অসমলৈ অহা গাড়ীসমুহক নিষেধাজ্ঞা।

অসমত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত। সমগ্ৰ ৰাজ্যখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, বিশেষকৈ গুৱাহাটী মহানগৰীত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰে কেতবোৰ নিয়ম-নীতি প্ৰবৰ্তন কৰিছে। আৰু বিশেষকৈ আৰক্ষী প্ৰশাসনিক বিষয় সকলে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনিক বিষয়া মেঘালয়ৰ পৰা অসমলৈ অহা গাড়ীসমুহক নিষেধাজ্ঞা আৰোপ কৰিছে।

Exit mobile version