মৃত্যুৰ দহদিন পিছত সন্তানৰ খবৰ পালে পিতৃ মাতৃয়ে।

বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত সমগ্ৰ ৰাজ্যখনত লকডাউনৰ সময় সীমা বৃদ্ধি কৰিলে।                                                   কলকাতাৰ ধুন্ধুমাৰ আৰ জি কাৰ , চিকিৎসালয়ত ভৰ্তি কৰোৱা এগৰাকী শিশুই নিজৰ মৃত্যুক সাৱটি লয়। কিন্তু দহদিন অতিবাহিত হোৱাৰ পিছতো পিতৃ-মাতৃই কোনো ধৰণৰ  চিকিৎসালয়ৰ পৰা খবৰ পোৱা নাছিল। আৰু পিতৃয়ে তেওঁৰ সন্তানৰ DNA Report বিচাৰিছিল যদিও তেওঁক কোনো ধৰণৰ DNA Report দিয়া নাছিল।                     পৰিয়ালৰ কোনো গৰাকীৰ সদস্যক কোনো ধৰণে সেই মৃত্যুৰ খবৰ দিয়া নাছিল। আৰু বিশেষকৈ চিকিৎসাৰ বিষয়ে কোনো মতাদৰ্শ দিয়া নাছিল। আৰু কেতিয়াবা চিকিৎসালয়ৰ পৰা কৰ্তৃপক্ষই কৈছিল যে তেওঁলোকৰ সন্তান সুস্থ আছে। বৃহস্পতি বাৰৰ দিনাই মাতৃই চিকিৎসালয়ত যোৱাত, ব্যাকুল হোৱাত ,১৫ জুন তাৰিখে তেওঁৰ সন্তানৰ মৃত্যুৰ কথা খবৰ পায়। পৰিয়ালৰ লোকসকলৰ লগত কোনো ধৰণৰ বাৰ্তা লাভ নকৰাত মৃতদেহটো শতকাৰৰ ব্যাৱস্থা কৰে। আৰু এই খবৰ পাই অভিভাৱক সকলে মৃত্যুৰ খবৰটো অমান্তি হয়। আৰু তেওঁলোকে মন্তব্য কৰিছে যে চিকিৎসালয়ৰ কৰ্তৃপক্ষই মিছা মন্তব্য কৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *