মুগা ব্যৱসায়ৰ বৃত্তিত স্বাৱলম্বী হল লখিমপুৰৰ ঢেকীয়াজুলিৰ একাংশ মহিলাই।

মুগা ব্যৱসায়ৰ বৃত্তিত স্বাৱলম্বী হ’ল লখিমপুৰৰ ঢেকীয়াজুলিৰ একাংশ মহিলাই। আৰু এই গাওঁৰ একাংশ মানুহে এই মুখা শিল্পৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰে। আৰু মুগাৰ জৰিয়তে তৈয়াৰ কৰা বা বনোৱা সাজ পোচাকসমুহৰ দাম প্ৰায় ১৮০০ টকা হয়। আৰু তেওঁলোকে এনেকৈ সজ্জিত হৈ নিজৰ জীৱনটোক চলাই নিবলৈ অৰিহণা যোগাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *