Site icon Assam Today

মাজ নিশাতে গালে বিহু,যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ আৰু শিল্পী খগেন গগৈ।

এফালে কৰোনা মহামাৰীৰ তান্ডব পৰিস্থিতি আৰু আনফালে বানপানীয়ে মানুহৰ অনুৰ্বৰ ক্ষতিগ্ৰস্ত কৰিছে। কিন্তু তাৰ বিপৰীতে আজি দেখিবলৈ পোৱা গৈছে যে সাধাৰণ ৰাইজক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ মাজ নিশাতে গালে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ আৰু শিল্পী খগেন গগৈ বিহুৰ গীত। আৰু এই দুয়ো শিল্পীয়ে বিহুৰ গীত গাই সাধাৰণ ৰাইজৰ মাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিলে।

Exit mobile version