ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে চীনৰ মুঠ ৫৯ খন অপ।Ban of 59 Chinese apps by Indian Government.

সমগ্ৰ ৰাজ্যখনে কৰোনা ভাইৰাছ মহামাৰীৰ ব্যাপক ৰূপক এক মহাযুদ্ধত যুঁজ দি আছে। আৰু তাৰ, বিপৰীতে ভাৰত চীন সঙঘাতৰ যি যুঁজ, লাডাখ সীমান্তত যি ভাৰত আৰু চীনৰ যুঁজ,সেই যুঁজ এতিয়ালৈকে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। গতিকে এই যুঁজত ভাৰত চীন সঙঘাতৰ বিপৰীতে চীনৰ সম্পূৰ্ণ Apps ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে। গতিকে হাই মাদ্ৰাছা কোৰ্টৰ পৰা ইতিমধ্যে চীনৰ বিশেষকৈ অতি জনপ্ৰিয় Tik tok নামৰ Apps টো সম্পূৰ্ণকৈ বন্ধ তথা নিষিদ্ধ কৰিছে। গতিকে চীনৰ মুঠ ৫৯টা Apps ভাৰত চৰকাৰে নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছে। গতিকে সকলোৱে যাতে , চীনৰ মুঠ ৫৯ টা Apps সম্পূৰ্ণকৈ বন্ধ তথা নিষিদ্ধ কৰে। তাৰে প্ৰতি ভাৰত চৰকাৰে সাধাৰণ জনগণক তথা জনসাধাৰণক আহ্বান জনালে।                                                  Tik tok,Zoom,Yault hide,Vigo video,Weibo,Share it,Us browser, Beautiful plus,Us news,Xender, Club Factory,Helo,Like,Kwai,Romwe,Shein,Photo wonder,Apus browser,Virus Cleaner,,QQ security,QQ Launcher,U video,V fly status videos,Mobile legends,DU privacy.and more apps.

Leave a Reply

Your email address will not be published. Required fields are marked *