ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে পুনৰ চীনৰ ৪ খন Apps.

ভাৰত চৰকাৰে  চীনৰ মুঠ 59 এপ নিষিদ্ধ কৰিছিল,যদিও পুনৰ ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে চীনৰ মুঠ ৪ খন Apps কিয়নো ভাৰত চৰকাৰে নিষিদ্ধ কৰা চীনৰ মুঠ 59 এপৰ ভিতৰতে চীনৰ ৪ খন Apps নিষিদ্ধ কৰা হোৱা নাছিল যাৰ কাৰণে পুনৰ এই ৪ খন এপসমূহ নিষিদ্ধ কৰিলে। আৰু সেই ৪ খন Apps সমূহ হ’ল Helo lite,Share it lite,Bigo lite, and VF lite.

Leave a Reply

Your email address will not be published. Required fields are marked *