Site icon Assam Today

ভাৰত চীন সিমান্ত লাডাখত অভিযান কৰিব Defence minister Rajnath Singh.

ভাৰত চীন সিমান্তত ,এক বিপৰীত সিমাৰ মাজেৰে ভাৰতে চীনৰ বিৰুদ্ধে যুঁজ দি আছে। আৰু তাৰে পৰিস্থিতিৰ সন্মুখীন হৈ নিয়ন্ত্ৰণ কৰিব Defence minister Rajnath Singh য়ে, আৰু তেওঁ মন্তব্য কৰিলে যে চীনক ৰঙা চকুৰে চোৱা উচিত। আৰু তেওঁ নিজে লাডাখ সীমান্তত অৱস্থিত হৈ সৈনিক সকলক আত্মবিশ্বাস জগোৱাৰ উপৰিও এইবাৰ চীনৰ বিৰুদ্ধে কৰা যুঁজ কঠোৰ হোৱা উচিত। আৰু বতৰৰ পৰিস্থিতি ভালে থাকিলে তেওঁ Shree Amarnath Dhamat গৈ দৰ্শন কৰিব বুলি মন্ত্ৰীয়ে মত্নব কৰিলে।

Exit mobile version