ভাৰত চিন মহাযুদ্ধত শ্বহীদ হ’ল ভাৰতীয় 20 গৰাকী জোৱান।

অসমত বৰ্তমান সময়ত কৰোনো ভাইৰাছে মহামাৰীৰ ব্যাপক ৰূপ ধাৰণ ‌‌‌‌‌‌কৰিবলৈ সক্ষম হৈছে। কিন্তু তাৰ বিপৰীতে লাডাখ সীমান্তত যি ,চিন আৰু ভাৰতীয়ৰ মাজত এক মহাযুদ্ধৰ সূচনা হৈছে। গতিকে সেই মহাযুদ্ধত পিপলস লিবাৰেসন সৈনিকৰ সৈতে যুঁজিবলৈ ভাৰতীয় 20 গৰাকী জোৱানে শ্বহীদ হ’ল। আৰু তেওঁলোকৰ সেই মহাযুদ্ধত শ্বহীদ হোৱা সৈনিক‌ সকলৰ‌ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসীয়ে , গভীৰভাৱে মনোনিৱেশ আৰু শোক প্ৰকাশ কৰিলে।          আৰু White House পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰামপে জনালে যে , শ্বহীদ হোৱা সৈনিক‌ সকলৰ‌ পৰিয়ালৰ লোকসকলৰ বাবে আৰু গোটেই দেশবাসীয়ে যাতে এই দূষ মনত ৰাখে।  ভাৰত চিন সীমান্তত অৱস্থিত লাডাখত যি মহাযুদ্ধত শ্বহীদ হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰু প্ৰতিটো মূৰ্তিত দিল্লীত এক বৈঠক অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *