Site icon Assam Today

ভাৰতীয় সেনাই নিষিদ্ধ কৰিলে চীনৰ 89 খন এপ।

সমগ্ৰ ৰাজ্যখনত কৰোনা মহামাৰীৰ কাৰনে ব্যাপক পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ভাৰত চীন সঙঘাতৰ যি যুঁজ লাডাখ সীমান্তত যি যুঁজ দি আছে। আৰু ইয়াৰ বিপক্ষে ভাৰতীয় সেনাৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিছিল চীনৰ মুঠ 59 এপ। আৰু তাৰ পিছতেই আজিও ভাৰতীয় সেনাৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিলে চীনৰ 89 খন এপ। অতি জনপ্ৰিয় চীনৰ এপ সমূহৰভিতৰতেই Pubg,Facebook.Instragram. আদিকে ধৰি চীনৰ মুঠ 89 এপ নিষিদ্ধ তথা বয়কট কৰিবলৈ ভাৰতীয় সেনাই, সমগ্ৰ ৰাজ্যখনক আহ্বান জনাইছে।

Exit mobile version