Site icon Assam Today

ভালপোৱা প্ৰেমিকৰ কাৰণে আত্মহত্যা কৰিলে। bandana kalita death news

অসমত বৰ্তমান সময়ত কৰোনো ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। আৰু গোটেই ৰাজ্য খনতে কৰোনা ভাইৰাছ মহামাৰীৰ ব্যাপক ৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ পিছতেই Bollywood জগতৰ বহুতো জনপ্ৰিয়তা অৰ্জন কৰা অভিনেতা সকলে আমাৰ মাজৰ পৰা চিৰ বিদায় ল’লে।                                            ভালপোৱা হৈছে দুটা জীৱনৰ মিলনৰ সপোনত সৃষ্টি হোৱা এক গভীৰ সমবেদনাৰ সম্পৰ্ক। আৰু ভালপোৱাই মানুহৰ জীৱনত এক গভীৰ সূত্ৰৰ সৃষ্ঠি কৰিবলৈ সক্ষম হয়।                                              

নলবাৰী:-  নলবাৰী জিলাৰ অন্তৰ্গত নলবাৰীৰ বৰকুৰাৰ নামৰ এখন ঠাইত এক তাজ্জব পৰিস্থিতিৰ সৃষ্ঠি হয়। ছোৱালী জনীয়ে Tik tok ভিডিঅ’ আপলোড কৰি জনালে যে, তেওঁ ভাল পোৱা প্ৰেমিক জন আত্মহত্যা কৰাৰ পিছত, ছোৱালীয়ে Video  ত মন্তব্য কৰিছে যে মই ভালপোৱা প্ৰেমিক জন যদি এই পৃথিৱী খনৰ পৰা চিৰ বিদায় ল’লে, গতিকে মই আৰু এই পৃথিৱী খনত জীয়াই নাথাকো। বুলি তেওঁ ট্ৰেইনৰ সন্মুখত জপিয়াই পৰে। আৰু তেওঁ জনালে যে তেওঁৰ পৰিয়ালৰ লোকসকলৰ কোনো দূষ নাই। আৰু তেওঁ শেষ সময়তে জনালে যে “মা” তুমি ভাইটিক ভালদৰে পঢ়োৱাবা। আৰু মই মোৰ পৰিয়ালক একো দূষ নিদিওঁ। আৰু তেওঁ নলবাৰীৰ মহাবিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থী আছিল বুলি জনা যায়। আৰু তেওঁৰ নাম মিছ জীয়া কাইচসপ । গতিকে তেওঁ, শেষ সময়তে হাহি-কান্দোনেৰে নিজৰ জীৱনটোক চিৰ বিদায় ল’লে।
Exit mobile version