Site icon Assam Today

ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে কৰোনা মহামাৰীৰ ৰোগীৰ সংখ্যা।

কৰোনা মহামাৰীৰ ৰোগীৰ সংখ্যা ৰাজ্যখনত ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। আৰু শণিবাৰৰ দিনটোতে আক্ৰান্ত হ’ল ২,৬৯৮ গৰাকীকৈ লোক। পজিটিপৰ হাৰ ৭.৬৭।ঋ শতাংশ লৈ বৃদ্ধি। আৰু আনহাতে শনিবাৰৰ দিনটোতে কৰোনা মহামাৰীৰ ৰোগত ভুগি মৃত্যু হৈছে প্ৰায়  ৭ জন লোকৰ।

Exit mobile version