বৰপেটা জিলাৰ অন্তৰ্গত সৰুপেটাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী নাম শ্ববনমাই অতি সুন্দৰকৈ পৰিছে পাঠ আৰু কীৰ্তন কৰিছে।

এগৰাকী মুছলমান সম্প্ৰদায়ৰ কনমানি ছোৱালী নাম শ্ববনমা। বৰপেটা জিলাৰ অন্তৰ্গত সৰুপেটাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী  অতি সুন্দৰকৈ পৰিছে পাঠ আৰু কীৰ্তন এফালৰপৰা পঢ়ি গৈছে কীৰ্তন পাঠ আৰু হৰি নামৰ ধ্বনি তুলি সমাজক আনুষ্ঠানিকভাৱে বাবে দিছে এক সুন্দৰ বাৰ্তা।

Leave a Reply

Your email address will not be published. Required fields are marked *